অষ্টম শ্রেণীৰ ছাত্রীৰ হস্তাক্ষৰ দেখি আপুনিও হব আচৰিত।

আমি যেতিয়া স্কুলত পঢ়া-শুনা কৰিছিলো তেতিয়া আমাৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্রীসকলে সৰ্বাধিক মনোযোগ দিছিল।হাতৰ আখৰ বেয়া আছিল বাবে বহু বাৰ হাতত লাঠিও পৰিছিল।কিন্তু আজি এগৰাকী অষ্টম শ্রেণীৰ ছাত্রীৰ কথা কবলৈ লৈছো যাৰ হাতৰ আখৰ দেখি সকলোৱে আচৰিত হয়। Prakriti malla ছাত্রী গৰাকীৰ নাম প্রকৃতি মল্লা।প্রকৃতি মল্লাৰ ঘৰৰ নেপালৰ ভক্তপুৰ নামৰ ঠাইত।তেওঁ লিখা হাতৰ আখৰ নেপালৰ আটাইতকৈ ধুনীয়া হস্তাক্ষৰ বুলি নিৰ্বাচন কৰা হেছৈ।বৰ্তমান তেওঁ সৈনিক আৱাসিক মহাবিদ্যালয়ত অষ্টম শ্রেণীত অধ্যয়ন কৰি আছে ।তেখতৰ হাতৰ আখৰ দেখাৰ পিছত প্রকৃততে হাতেৰে লিখা নে কম্পিউটাৰ ডিজাইন কৰা ফন্ট সেইতো পৃথক কৰা কৰাটো কঠিন হৈ পৰে ।তেওঁৰ হাতখন লিখা দেখি ডাঙৰ ডাঙৰ লোকেও আচৰিত হৈ পৰে । প্ৰকৃতি মল্লাৰ দ্বাৰা লিখা এখন টোকাৰ ফটো। প্রকৃতি মল্লাই নেপালৰ ৰাষ্ট্ৰীয় পর্যায়ৰ হস্তলিপি প্রতিযোগীতাত কলমশিপ লাভ কৰিছিল ।নেপাল দেশৰ ভিতৰতে আটাইতকৈ সুন্দৰ হস্তাক্ষৰ হিচাপে তেওঁৰ স্ব...