অষ্টম শ্রেণীৰ ছাত্রীৰ হস্তাক্ষৰ দেখি আপুনিও হব আচৰিত।
আমি যেতিয়া স্কুলত পঢ়া-শুনা কৰিছিলো তেতিয়া আমাৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্রীসকলে সৰ্বাধিক মনোযোগ দিছিল।হাতৰ আখৰ বেয়া আছিল বাবে বহু বাৰ হাতত লাঠিও পৰিছিল।কিন্তু আজি এগৰাকী অষ্টম শ্রেণীৰ ছাত্রীৰ কথা কবলৈ লৈছো যাৰ হাতৰ আখৰ দেখি সকলোৱে আচৰিত হয়।
![]() |
Prakriti malla |
প্রকৃতি মল্লাই নেপালৰ ৰাষ্ট্ৰীয় পর্যায়ৰ হস্তলিপি প্রতিযোগীতাত কলমশিপ লাভ কৰিছিল ।নেপাল দেশৰ ভিতৰতে আটাইতকৈ সুন্দৰ হস্তাক্ষৰ হিচাপে তেওঁৰ স্বাক্ষৰ লিপিৱদ্ধ কৰি ৰাখিছে।
আপোনালোকে যদি article খিনি পঢ়ি ভাল পাইছে তেন্তে আমাক follow কৰক আৰু লগতে আৰু আপোনাৰ বন্ধু-বান্ধবীৰ সৈতে share কৰক।
Comments
Post a Comment