Amazing Fact of mosquito.75% of people in the world do not know these


 

মহ মানুহক কামোৰাৰ উপৰিও কামোৰা ঠাইখিনীত প্ৰস্ৰাৱ কৰি দিয়ে যাৰ বাবে মানুহৰ বেমাৰৰ হোৱাৰ চাঞ্চ থাকি যায়এেন ধৰণৰ মহৰ বহুতো তথ্য আমি নাজানোমই আপোনাকক জনাবলৈ গৈ আছোঁ এনেকুৱাই কিছুমান তথ্য


          মহ বুলি কলে আপোনালোকক হয়তো আৰু ইয়াৰ বাহিৰে একো কোৱাৰ প্রয়োজন নহব কাৰণ আপনালোকৰ সকলোৰে পৰিচিত এটা আনৰ তেজ শোষণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ উপৰিও শুৱদি কণ্ঠৰ গৰাকীওযিয়ে কেৱল মানুহৰে নহয় সকলো প্ৰাণীৰে কাণে কাণে শুৱদি কণ্ঠৰে শুৱলা গীত সুনায়বিশ্বত এনে কোনো মানুহ নাই যিয়ে সুৰীয়া কণ্ঠৰ সুন্দৰ গান শুনি  হাত চাপৰি  বজা নাইআপোনালোকে নিশ্চয় জানে মহৰ ৬খন ঠেং আছে কেৱল মানুহৰে  নহয় সকলো প্ৰাণীৰে সকলোধৰণৰ জন্তুৰ দেহৰেই তেজ শোষণ কৰেমহ বেলেগ বেলেগ প্ৰকাৰৰ আছে আপোনালোকে সেয়াও নিশ্চিয় জানে কিন্তু নিশ্চিয় এইটো নাজানে যে আচলতে মহ সৰ্বমুঠ কিমান প্ৰকাৰৰ আছে এনেধৰনে মহৰ বিষয়ে বহুতো তথ্য জানিব পাৰিব জানিবৰ বাবে  শেষলৈক পঢ়ক


        আৰম্ভণিতে আপোনালোকক জনাও মহ এটাই ১৬ মিলি মিটাৰ দীঘল আৰু  ২.৫ মিলিগ্ৰাম পযর্ন্ত ওজন হব পাৰেমহে নিজৰ পাখিখন এক ছেকেণ্ডত ৫০০ বাৰকৈ ফৰফৰাব পাৰেপৃথিৱীত প্ৰায় ৩৫০০ প্ৰকাৰৰ মহ পোৱা যায়মহৰ অস্তিত্ব পৃথিৱীত প্ৰায় ২০কৌটি বছৰ আগৰ পৰাই আছে আইচলেণ্ড বিশ্বৰ ভিতৰত এখন মাত্র এনে এখন দেশ যত মহ পোৱা নাযায়মহৰ শুঙিব পৰা শক্তি ইমানেই মজবুত হয় যাৰ বাবে মহে ৭৫ ফুট দুৰৰপৰা কার্বন-ডাই-অক্সাইড শুহি লয়।মোৰ মনত এটা খেলি মেলিয়ে বাহ লৈছে কিতাপ এখনত পঢ়িছিলোঁ মহৰ দাঁত হেনো ২৩টা থাকে ঠিক একেদৰে আন এখন কিতাপ পঢ়োতে পাইছো মহৰ দাঁত ৪৭টা বুলি এই বিষয়ত মোৰ ওলপ ভালদৰে কব নোৱাৰিম কাৰণ কোনখন কিতাপত সঠিক  তথ্য  দিয়া আছে মই নাজানোযদি আপোনালোকে জানে কমেন্ট  বক্সত কমেন্ট কৰি জনাব পাৰেমহৰ আজব কথা এটা হৈছে মাইকী মহে ২মাহ পযর্ন্ত জীয়াই থাকিব পাৰে আৰু  মতা মহ এটাই কেৱল ১৫ দিন মাত্র জীয়াই থাকেমাইকী মহ এটাই এবাৰত ৩০০ টা কণী দিব পাৰে আৰু কেবল ৫০০ টা মাত্র কণী দিব পাৰে গোটেই জীৱনত যদি কিবা কৰি পৃথিৱীৰ সকলো মহবিলাক আনি এখন পথাৰত দম কৰিব পৰা যায় তেন্তে  দমটো ৫ কিলোমিটাৰ ওখ উচচতা হব বুলি অনুমান কৰা হৈছে যদি মহে তেজ শোষণ কৰিব নাপায় তেন্তে প্ৰজনম বৃদ্ধি কৰিব নোৱাৰেমাইকী মহ তেজ শোষণ কৰে মতা মহে তেজ নাখায় বুলি কলেও ভুল নহয়মহৰ পৰা হোৱা বেমাৰৰ কাৰণে প্ৰতি বছৰে প্রায় ১০ লাখ মানুহৰ মৃত্যু হয় গোটেই বিশ্বৰ ভিতৰত


যদি আপোনাৰ কোনো অংগত মহে পৰি কামুৰি থাকে আপুনি মহটোক মাৰিব বিছাৰে তেনেহলে মহ পৰা ঠাইখিনী টান কৰিলে মহটো সহজে উৰি যাৱ নোৱাৰে আৰু আপুনি আৰামতে মহটোক সহজে মাৰিব পাৰিবআপোনাক কেতিয়াবা হঠাৎ অতি বছিকৈ মহে কামোৰে কামোৰা ঠাইখিনিত বৰকৈ খুজুৱাই থাকে খুজুৱতিৰ পৰা অলপ সকাহ পাবলৈ এখন চামুছ কুহুমীয়া গৰম কৰি খুজুৱাই থকা ঠাইখিনিত লগাই দিলে কিছু পৰিমাণে হলেও সকাহ পাব এটা মহে এবাৰ কামোৰাত প্ৰায় ০.০০১ পৰা ১মিলি লিটাৰ পযর্ন্ত তেজ সুহিব পাৰে মহে মানুহৰ তেজ খাবলৈ তেতিয়া বেছি আকৰ্ষীত হয় যেতিয়া মানুহ জনে কল খায়নীলা ৰং মহৰ আকৰ্ষণীয় ৰংমহৰ প্ৰতি ছেকেণ্ডৰ গতি ফুট আৰু কেৱল ৪০ ফুট উচ্চতালৈকেহে উৰিব পাৰেআপোনালোকক জনাৰ বাবে কও যে ইতিহাসত যিমান মানুহৰ যুদ্ধত মৃত্যু হৈছে তাতকৈ অধিক মানুহৰ মৃত্যু হৈছে মহে কামোৰাৰ ফলত১২০০০০০ টা মহ যদি একেলগে কামোৰ তেতিয়া হলে মানুহৰ শৰীৰৰ তেজ সম্পূৰ্ণ ভাৱে শেষ কৰিব মহ এটাই নিজৰ ওজনৰ কৰি তিনিগুণ বেছি ওজনৰ তেজ খাব পাৰে

Comments

Popular posts from this blog

অষ্টম শ্রেণীৰ ছাত্রীৰ হস্তাক্ষৰ দেখি আপুনিও হব আচৰিত।

ভাৰতৰ google boy বুলি কোৱা লৰাজনৰ বিষয়ে জানো আহক।যাৰ আগত গুগলো ফেইল।