Most amazing fact of honey bee(মৌমাখিৰ আকৰ্ষণীয় তথ্য জানো আহক)
Amazing Fact of honey bee (মৌমাখি) মৌমাখিৰ বিষয়ে আকৰ্ষণীয় তথ্য( Facts about honey bee in assamese) মৌমাখি নিজৰ জীৱনত কেতিয়াও নুশুৱে এওলোক ইমানেই পৰিশ্রম কৰে কেৱল মাত্র এক টোপাল ৰসৰ বাবেই বহুত দূৰ দূৰ উৰি থাকে । আজি কালি তথাপি বহুত কম হৈ গৈছে কিন্তু আগতে মৌ মাখিৰ জাক - জাক ঠাইয়ে -ঠাইয়েগছৰ ডালত , দেৱালত ওলমি থকা দেখিবলৈ পোৱা গৈছিল । জানো আহক দেখি অহা সেই মৌ মাখিৰ বিষয়ে যিবিলাক দেখি আপোনালোকৰ মনত নানা ধৰণৰ প্রশ্নৰ উদ্ভব হয় । জানিবলৈ শেষলৈকে পঢ়িব নাপাহৰিব । মৌ মাখিয়ে নিজৰ ৰস তৈয়াৰ কৰাৰ কাৰণে কিমান দূৰ দূৰলৈ উৰি ফুৰিব লগা হয় সেয়া কেৱল তেওলোকেহে জানে । আমি মানুহে মৌমাখিৰ বাহটো দেখিলে কেৱল আমাৰ ৰসৰ কাৰণে বাহটোৰ পৰা জাপীবিলাক পাৰি আনি বহুতে আনন্দৰে সেৱন কৰো । কিন্তু সেয়া মৌ মাখিৰ গোটেই জীৱনৰ পৰিশ্রম আৰু নতুন প্রজন্মৰ খাদ্য যাক আমি নাভাবা নিচিন্তাকৈ কেবল বাহ ভাঙি পেলাই লৈ আহো । সেয়া যি কি ...