Posts

Showing posts from November, 2021

Indian most poisoniuos snanke

Image
  ভাৰতত পোৱা ৬ বিধ আটাইতকৈ বেছি বিষাক্ত সাপ ভাৰতত বহুতো প্রকাৰৰ সাপ পোৱা যায় , তাৰে কিছুমান বিষাক্ত আৰু কিছুমান বিষাক্ত নহয় । আজি আপোনালোকক জনাবলৈ গৈ আছোঁ ভাৰতত পোৱা আটাইতকৈ বিষাক্ত ৬ বিধ সাপ যি সাপে খুঁটিলে যাব পাৰে আপোনাৰ প্রাণ । কাৰণ মানুহৰ বসতিত প্রায়ে দেখা পোৱা যায় । জানো আহক সাপ কেইবিধ - 1. ইণ্ডিয়ান কোব্ৰা ( Indian cobra) 2.   ভাৰতীয় ক্ৰেইট (Indian krait) 3. ৰাছেল ভাইপাৰ ( Russell viper) 4. ক্ৰেইট      ( Krait) 5. সে -স্কেলৱাইপাৰ (Saw-scaled viper) 6. কিং কোব্ৰা   ( King cobra) সংবাদ মাধ্যমৰ   বাতৰি অনুসৰি , ভাৰতত প্রতি বছৰে প্রায়   ৪৫ , ০০০ লোকৰ মৃত্যু সাপ কমোৰাৰ ফলতে হয় । ভাৰতত সাপৰ বিষয়ে ভয় আৰু ভ্ৰম দুয়ো সমানেই আছে । জানো আহক এইকেইবিধ সাপৰ বিষয়ে - ইণ্ডিয়ান কোব্ৰা (Indian krait) ভাৰতত পোৱা এই ইণ্ডিয়ান কোব্ৰা বিধ ভাৰতৰ সকলোতকৈ বেছি বিষাক্ত সাপ । এই সাপক ভাৰতত নাগৰাজ বুলিও কোৱা হয় । ইয়াৰ দৈৰ্ঘ্য ১ মিটাৰৰ পৰা ১.৫ ...