Indian most poisoniuos snanke


 

ভাৰতত পোৱা বিধ আটাইতকৈ বেছি বিষাক্ত সাপ


ভাৰতত বহুতো প্রকাৰৰ সাপ পোৱা যায়,তাৰে কিছুমান বিষাক্ত আৰু কিছুমান বিষাক্ত নহয়আজি আপোনালোকক জনাবলৈ গৈ আছোঁ ভাৰতত পোৱা আটাইতকৈ বিষাক্ত বিধ সাপ যি সাপে খুঁটিলে যাব পাৰে আপোনাৰ প্রাণকাৰণ মানুহৰ বসতিত প্রায়ে দেখা পোৱা যায়জানো আহক সাপ কেইবিধ-

1. ইণ্ডিয়ান কোব্ৰা( Indian cobra)

2.  ভাৰতীয় ক্ৰেইট(Indian krait)

3. ৰাছেল ভাইপাৰ( Russell viper)

4. ক্ৰেইট     ( Krait)

5. সে-স্কেলৱাইপাৰ(Saw-scaled viper)

6. কিং কোব্ৰা  ( King cobra)

সংবাদ মাধ্যমৰ  বাতৰি অনুসৰি,ভাৰতত প্রতি বছৰে প্রায়  ৪৫,০০০ লোকৰ মৃত্যু সাপ কমোৰাৰ ফলতে হয়ভাৰতত সাপৰ বিষয়ে ভয় আৰু ভ্ৰম দুয়ো সমানেই আছে জানো আহক এইকেইবিধ সাপৰ বিষয়ে-

ইণ্ডিয়ান কোব্ৰা (Indian krait)

ভাৰতত পোৱা এই ইণ্ডিয়ান কোব্ৰা বিধ ভাৰতৰ সকলোতকৈ বেছি বিষাক্ত সাপএই সাপক ভাৰতত নাগৰাজ বুলিও কোৱা হয় ইয়াৰ দৈৰ্ঘ্য মিটাৰৰ পৰা ১.৫ মিটাৰ পযর্ন্ত হয়

ইণ্ডিয়ান ক্ৰেইট(Indian krait)

ইণ্ডিয়ান ক্ৰেইট ইমানেই বিষাক্ত যে এবাৰ কামোৰাত ৬০ মানুহৰ জীৱন শেষ কৰিব পাৰে বুলি জনা যায়এই সাপ ১২ টা প্রজাতিৰ আছে

ৰাছেল ৱাইপাৰ( Russell viper)

ৰাছেল ৱাইপাৰ ইণ্ডিয়ান ক্ৰেইটতকৈ অলপ কম পৰিমানৰ বিষাক্ত এইটো মূগা ৰংৰ সাপ আৰু ইয়াৰ ঘুৰণীয়া কলা দাগ আছে

ক্ৰেইট     ( Krait)

ক্ৰেইট সাপবিধ পাতল আৰু কলা ৰংৰ ইয়াৰ চালত বগা ফিটা আছে ভাৰতৰ আটাইতকৈ বিষাক্ত সাপৰ৬ বিধৰ ভিতৰত এবিধ

সে-স্কেলৱাইপাৰ(Saw-scaled viper)

সে-স্কেলৱাইপাৰ দৈৰ্ঘ্য কম হয় কিন্তু ইয়াৰ ক্ষিপ্রতা,গতি আৰু আক্ৰমণ প্রবৃতি ইমানেই ভয়ানক আৰু মাৰাত্মক যি মানুহ দেখিলেই হব পাৰে মৰণ

কিং কোব্ৰা  ( King cobra)

কিং কোব্ৰা  সাপক কেবল ভাৰততে নহয় গোটেই বিশ্বতেই বিষাক্ত সাপৰ ভিতৰত দীঘল বুলি গণ্য কৰা হয়ইয়াৰ দৈৰ্ঘ্য ১৩ৰ পৰা ১৫ ফুটইয়াক বেছিভাগ সেমেকা, অৰণ্য জলাশয় বা বাঁহৰ তলত দেখিবলৈ পোৱা যায়

 

 

Comments

Popular posts from this blog

অষ্টম শ্রেণীৰ ছাত্রীৰ হস্তাক্ষৰ দেখি আপুনিও হব আচৰিত।

Amazing Fact of mosquito.75% of people in the world do not know these

ভাৰতৰ google boy বুলি কোৱা লৰাজনৰ বিষয়ে জানো আহক।যাৰ আগত গুগলো ফেইল।