Amazing fact of cat (মেকুৰীৰ আশ্চৰ্যজনক তথ্য)

                 মেকুৰীক পোহনীয়া জন্তু হিচাপে ঘৰত কোনে নুপুহেকিন্তু চীন এখন ভাৰতৰে চুবুৰী দেশ যত মেকুৰীৰ মাংস খোৱাৰ বাবে পোহ পাল দিয়েপ্ৰতি বছৰে প্রায় পাঁচ  মিলিয়নতকৈ অধিক মেকুৰীৰ মাংস  চীনে খায় মেকুৰীয়ে তেওঁ নিজৰ জীৱনৰ ৭০% সময় কেৱল শোৱাতেই পাৰ কৰি দিয়ে যত নেকি দিনৰ ১৩-১৪ ঘণ্টাতকৈ অধিক সময় শুই থকা দেখিবলৈ পোৱা য়ায়মেকুৰীৰক কোনো কোনো দেশত যদি পোহনীয়া জন্তু হিচাপে আৰু কোনো দেশত মাংস খোৱাৰ বাবে পোহ পাল দিয়ে জাপানে আকৌ কলা মেকুৰীক লাকী মানেআমাৰ ভাৰতত যদি কৰবালৈ যাওঁতে ৰাস্তাত কলা মেকুৰী লগ পাওঁ তেন্তে আমাৰ যাত্রা  নষ্ট  কৰি দিয়েআপোনালোকে হয়তো নাজানে মেকুৰীয়ে যে মিঠা খোৱা পচন্দ  নকৰে সেয়ে মেকুৰীক কেতিয়াও মিঠা বস্তু খোৱা দেখিবলৈ পোৱা নাযায়মেকুৰীয়ে বিভিন্ন ধৰণৰ  মাত,কান্দোনৰ শব্দ উলিয়াব পাৰে মেকুৰীয়ে প্ৰায় ১০০টা তকৈ বেছি  ধৰণৰ মাত উলিয়াব পাৰে

 

Pic of cat

বিশ্ব ভিতৰত আটাইতকৈ বেছি মেকুৰী উত্তৰ আমেৰিকাত দেখিবলৈ পোৱা যায় আৰু ইয়াৰ মানুহে কুকুৰতকৈ বেছি মেকুৰী পালেমেকুৰী বহুতো প্রজাতি আছিলে কিন্তু এতিয়া প্ৰায়  বিলুপ্ট হৈ পৰিছে বিশ্বৰ প্রতি বছৰে প্রায় আমেৰিকাতে ৮৬০০০ লোকে আহত মেকুৰীৰ  দ্বাৰা হয়আপোনালোকে এইটো জানি আচৰিত হব যে আমেৰিকাৰ এটা মেকুৰীয়ে তেওঁৰ নিজৰ জীৱন কালত ৪২০ টা পোৱালীদিয়াৰ বিশ্ব ৰেকর্ড আছে আৰু  মেকুৰীটোৰ নাম আছিল দস্তীপৃথিৱীত এতিয়ালৈ সকলোতকৈ লম্বা (দীঘল).২৩মিটাৰ পোৱা হৈছে যদি আপোনাৰ ঘৰত .২৩ মিটাৰতকৈ বেছি দীঘৰ মেকুৰী  আছে তেন্তে আপুনি এজন পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেকুৰীৰ গৰাকী হিচাপে বিশ্ব ৰেকর্ড লাভ কৰিব পাৰিব

             


                 প্ৰাচীন ইজিপ্তৰ মানুহসকলে মেকুৰীৰ মৃত্যু  হলে নিজৰ ভ্ৰু মুণ্ডন কৰিছিল যত মানুহে এনকৈৱে মেকুৰীৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছিলমেকুৰীৰ সৈতে সম্পৰ্কিত বহুতো  অন্ধ বিশ্বাস সমগ্র বিশ্বতে বিয়পি আছে আৰু এই অন্ধ বিশ্বাস পোন প্রথমে ইৰাকত জন্ম হৈছিল এক research অনুসৰি গাখীৰ  মেকুৰীৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি জনা গৈছে,কিয়নো গাখীৰত থকা লেক্টচৰ কাৰণে মেকুৰীয়ে হজম কৰিব নোৱাৰেমেকুৰীৰ চকুত তিনিটা পতা আছে মেকুৰীৰ সকলোতকৈ গুৰুত্বপূর্ণ কথাটো হল যেই বহু উচ্চতাৰ পৰা পৰিলও একো আঘাত নহয় আৰু নিজৰ নেজৰ কৰি সাত গুণ ওখ জপিয়াব পাৰেআপোনালোকে জানিবৰ বাবে কও যে স্কটলেণ্ডৰ এটা এনে বিখ্যাত মেকুৰী আছিল যিয়ে তেওঁৰ ২৪ বছৰ জীৱন কালত প্ৰায় ২৮,৮৯৯ টা নিগনিৰ চিকাৰ কৰিছিল যাৰ বাবে মেকুৰীটোৰ নামত বিশ্ব ৰেকর্ড  গঢ়ি উঠিছিল কিন্তু  আচৰিতজনক ভাবে এই মেকুৰীটোৰ পিছত আন এটা মেকৰীক এম্বাৰক চাকৰিটো নিযোগ কৰা হৈছিল কিন্তু  ইয়াৰ ২০ বছৰ কাযকালত মাত্র  এটাহে নিগনি ধৰিছিল

      মেকুৰীৰ আকৰ্ষণীয় তথ্যখিনি জানি পঢ়ি  কেনে লাগিল আপোনালোকে আপোনালোকৰ মতামত জনাব পাৰে আৰু যদি আপোনালোকে এনেধৰনৰ তথ্য জানিব বিচাৰে তেন্তে  আমাৰ পেজখন follow কৰিব পাৰে


Comments

Post a Comment

Popular posts from this blog

অষ্টম শ্রেণীৰ ছাত্রীৰ হস্তাক্ষৰ দেখি আপুনিও হব আচৰিত।

Amazing Fact of mosquito.75% of people in the world do not know these

ভাৰতৰ google boy বুলি কোৱা লৰাজনৰ বিষয়ে জানো আহক।যাৰ আগত গুগলো ফেইল।