মেৰী কোম সকলোৰে এটা পৰিচিত নাম।যিয়ে নিজৰ মহান সাফল্যৰে ভাৰতক গৌৰৱান্বিত কৰিছে।জানো আহক এই মহান গৰাকীৰ জীৱন চমু পৰিচয় আৰু লাভ কৰা কিছু পদক-
মেৰী কোমৰ প্ৰাথমিক জীৱন আৰু পৰিয়াল:
মেৰী কোমৰ বিষয়ে যিমানেই নকও কিয় তথাপিও কম।আৰম্ভ কৰিছো তেওঁৰ জীৱন পৰিচয়ৰ পৰাই।সম্পূৰ্ণ নাম মাংতে চাংনেইজাং মেৰী কোমMC Merey Com।জন্ম মণিপুৰৰ কাংথেই নামৰ ঠাইত চন ১৯৮৩ চনৰ ১ মাৰ্চ তাৰিখত।পিতা মাংটে টনপা কোম মাতৃ মাংটে আখাম কোম।দেউতাক এজন দুখীয়া কৃষক আছিল।লোকটোক খ্ৰীষ্টান মডেল হাই স্কুলত ষষ্ঠ শ্রেণীলৈ আৰু ইয়াৰ পিছত তেওঁ চেইণ্ট জেভিয়াৰ কেথলিক হাইস্কুল যায়।যৰ পৰা তেওঁ অষ্টম শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।ট্ৰাইভেল হাইস্কুলত নৱম আৰু দশম শ্রেণী অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল যদিও পৰীক্ষাত উত্তীর্ণ হব পৰা নাছিল।মাজতে মেৰীয়ে স্কুল এৰি দিলে আৰু আগবাঢ়ি তাই 'এন আই অ এচ;(National Institiution Of Open Schooling)পৰীক্ষা দিয়ে।ইয়াৰ পিছত তেওঁ ইম্ফলৰ চুৰাচান্দ পুৰৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
মেৰী কোমে লাভ কৰা সন্মান আৰু পদক:
এয়াই আছিল মেৰী কোমৰ চমু পৰিচয়।আপোনালোকে বুজিব পাৰিছে নিশ্চয় ইমান বিলাক পদক লাভ কৰা কিমান সন্মানৰ কথা আৰু এই গৌৰৱ ভাৰতলৈ কৰিয়াই আনিছে মেৰী কোমে।মেৰী কোমৰ ওপৰত ২০১৪ চনত এখন চিনেমা সাজি উলিয়াইছে যত মুখ্য অভিনেত্ৰী হিচাপে প্ৰিয়ংকা চোপ্ৰা আছিল।অভিনয়ৰ বাবে প্ৰিয়ংকা চোপ্ৰা খুবেই লোকৰ জনপ্ৰিয়তা লাভ কৰিছে কাৰণে লোকে প্ৰিয়ংকা চোপ্ৰাক মেৰী কোম বুলি কয়।
Comments
Post a Comment