মাইক্ৰ'স্কোপ কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল?(When and who invented the microscope?)
মাইক্ৰ'স্কোপ শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা গঠণ হৈছে ।শব্দ দুটাৰ এটা-Mikros মানে সৰু (ক্ষুদ্র)আৰু আনতো হৈছে Scopein-যাৰ অৰ্থ হৈছে চোৱা বা দেখা।এই দুটা শব্দৰ পৰাই গঠন হৈছে Microscope(মাইক্ৰ'স্কোপ) যাক আমি অণুবীক্ষণ যন্ত্ৰ বুলি কওঁ।ইয়াৰ প্ৰয়োগ কৰা হয় অতিকৈ সৰু বস্তু চোৱাৰ কাৰণে যাক আমি খালি চকুৰে মনিব নোৱাৰো বা কবলৈ গলে অসম্ভৱ।বৰ্তমান ইয়াৰ ইমানেই উন্নত মানৰ কৰি তুলিছে যত এটা ক্ষুদ্র বস্তুকো লাখ গুণ ডাঙৰ কৰি চাব পাৰি।
![]() |
Zacharias janssen |
আৱিষ্কাৰৰ আৰম্ভণিতে ইমান উন্নত মানৰ নাছিল সেয়ে লাহে লাহে কিছু পৰিমাণে উন্নত মানত বিকাশ কৰি বিজ্ঞানবিদ সকলে বিভিন্ন ভাগত ভাগ কৰিছে ।
আপোনালোকে যদি article খিনি পঢ়ি ভাল পাইছে তেন্তে তলত এটা সুন্দৰ কমেন্ট কৰি আপোনাৰ মতামত আমাক জনাব পাৰে ।
Comments
Post a Comment