Posts

শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল? জানো আহক -

Image
আপোনালোকে সকলোৱে জানে যে গণিতত শূন্য (০) এটা এনেকুৱা সংখ্যা যিয়ে আমাৰ গণিত সম্পূৰ্ণ কৰে।ইয়াৰ অবিহনে আমাৰ গণিত অসম্পূৰ্ণ কাৰণ শূন্য অবিহনে গণিত গঠণ কৰিব নোৱাৰি।          শূন্যৰ অৱদান প্ৰতিতো ক্ষেত্ৰতে আছে যদিও ইয়াক গণিতৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূর্ণ সংখ্যা।এবাৰ ভাবি চাওকচোন-যদি প্ৰকৃততে শূন্য নাথাকিলহেতেঁন তেন্তে আজি গণিত কেনেকুৱা হল হেতেঁন?গণিত থাকিল হেতেন কিন্ত আজিৰ দৰে নিখুঁত নহলহেতেন।এই কাৰণেই শূন্যৰ(০)ৰ আৱিষ্কাৰ আন্যতম গুৰুত্বপুৰ্ণ উদ্ভাৱন।শূন্য হৈছে এটা পূৰ্ণ সংখ্যা যিটোক '০; ৰে প্ৰতিনিধিত্ব কৰা হয়।শূন্য হৈছে গণনাৰ প্ৰথম অংক যাৰ অৰ্থ হৈছে কোনো বস্তুৰ অস্তিত্ব নাই।ই একমাত্র পুৰ্ণ সংখ্যা আৰু একমাত্র বাস্তৱ সংখ্যা যিতো ঋণাত্মক বা ধনাত্মক নহয়।          শূন্য আবিষ্কাৰ কৰিছিল ভাৰতীয় গণিতজ্ঞ জ্যোতিষ আৰ্যভট্টই।মূলতঃ শূন্যৰ আৱিষ্কাৰৰ কৃতিত্ব ভাৰতৰ বিখ্যাত গণিতজ্ঞ ব্ৰহ্মগুপ্তৰ হাতত আছে,যিজনে ৬২৮ খ্ৰীষ্টাব্দত নীতিৰে শূন্যৰ প্ৰবৰ্তন কৰিছিল।ব্ৰহ্মগুপ্তৰ আগতে আৰ্যভট্টই শূন্যৰ ব্যৱহাৰ কৰিছিল যদিও নীতি নিদিয়াৰ বাবে তেওঁক শূন্যৰ মূল উদ্ভাৱক বুলি গ...

ভাৰতৰ google boy বুলি কোৱা লৰাজনৰ বিষয়ে জানো আহক।যাৰ আগত গুগলো ফেইল।

Image
  কৌটিল্য পণ্ডিত         গুগল চাৰ্চ ইঞ্জিনৰ দ্ৰুত উত্তৰৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। যেতিয়া এজন ব্যক্তিয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইমান সোনকালে দিয়ে, তেতিয়া মানুহে কয় ‘তেওঁৰ মগজু গুগলতকৈ বেছি দ্ৰুত’। যি জন সৰু ল’ৰা বিষয়ে আমি আপোনালোকক ক’বলৈ ওলাইছো, সেইজনৰ বাবেও ক’ব পাৰি যে তেওঁ গুগলৰ দৰে চোকা মনৰ শিশু। এই কাৰণেই গোটেই দেশখন একাংশ লোকে আৰু নিজৰ অঞ্চলৰ একাংশ লোকে গুগল বয় নামেৰে চিনি পায়। গতিকে ভাৰতৰ সেইজন শিশুৰ বিষয়ে জানো, যাৰ মনটোৰ সন্মুখত গুগলো বিফল হৈছে।        কিছুদিন আগে চোচিয়েল মিডিয়াসমূহত ভাইৰেল টেলিভিছন শ্বত এজন সৰু ল'ৰাই যিকোনো প্ৰশ্নৰ উত্তৰ তপৰাই দিয়া আপোনালোকে হয়তো নিশ্চয় দেখিছে।এই ল'ৰাজনৰ ভিডিও বিলাকে খলকনিৰ সৃষ্টি কৰিছিল।আজি আমি সেই লৰাজনৰ বিষয়ে জনাম যি নিজৰ মহান প্ৰতিভা বলত আজি কেৱল ভাৰততে নহয় গোটেই বিশ্বতেই গুগল বয় নামেৰে পৰিচিত।        লৰাজনৰ নাম কৌটিল্য পণ্ডিত।তেওঁৰ ঘৰ হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কোহাণ্ড নামৰ ঠাইত।কৌটিল্য পণ্ডিতে মাত্ৰ বছৰতকৈ কম বয়সতে বহু কেইটা বিষয়ৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ একচিকুততে দি ...

মেৰী কোম সকলোৰে এটা পৰিচিত নাম।যিয়ে নিজৰ মহান সাফল্যৰে ভাৰতক গৌৰৱান্বিত কৰিছে।জানো আহক এই মহান গৰাকীৰ জীৱন চমু পৰিচয় আৰু লাভ কৰা কিছু পদক-

Image
মেৰী কোমৰ প্ৰাথমিক জীৱন আৰু পৰিয়াল :               মেৰী কোমৰ বিষয়ে যিমানেই নকও কিয় তথাপিও কম।আৰম্ভ কৰিছো তেওঁৰ জীৱন পৰিচয়ৰ পৰাই।সম্পূৰ্ণ নাম মাংতে চাংনেইজাং মেৰী কোমMC Merey Com।জন্ম মণিপুৰৰ কাংথেই নামৰ ঠাইত চন ১৯৮৩ চনৰ ১ মাৰ্চ তাৰিখত।পিতা মাংটে টনপা কোম মাতৃ মাংটে আখাম কোম।দেউতাক এজন দুখীয়া কৃষক আছিল।লোকটোক খ্ৰীষ্টান মডেল হাই স্কুলত ষষ্ঠ শ্রেণীলৈ আৰু ইয়াৰ পিছত তেওঁ চেইণ্ট জেভিয়াৰ কেথলিক হাইস্কুল যায়।যৰ পৰা তেওঁ অষ্টম শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।ট্ৰাইভেল হাইস্কুলত নৱম আৰু দশম শ্রেণী অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল যদিও পৰীক্ষাত উত্তীর্ণ হব পৰা নাছিল।মাজতে মেৰীয়ে স্কুল এৰি দিলে আৰু আগবাঢ়ি তাই 'এন আই অ এচ;(National Institiution Of Open Schooling)পৰীক্ষা দিয়ে।ইয়াৰ পিছত তেওঁ ইম্ফলৰ চুৰাচান্দ পুৰৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। মেৰী কোমে লাভ কৰা সন্মান আৰু পদক :            মেৰী কোম এগৰাকী ভাৰতীয় মহিলা বক্সাৰ চেম্পিয়ন।বক্সিং প্ৰতিযোগীতাত মেৰী কোমে ৰাজ্যিক পর্যায়ত আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু পুৰস্কাৰ লাভ কৰিছেই ইয়াৰ উপৰিও...

বিস্কুটত থকা সৰু সৰু ফুটা বিলাক কিয় থাকে?কেৱল ডিজাইনৰ বাবে নে ইয়াৰ আঁৰত কিবা কাৰণ লুকাই আছে,জানো আঁহক ইয়াৰ আঁৰত থকা তথ্য

Image
                          অধিক তম লোকৰ ঘৰত আলহীৰ আদৰণিৰ বাবে চাহৰ লগত বিস্কুট থাকেই।আপুনিও বিস্কুত মিঠা-নিমখীয়া নানা সোৱাদৰ নিশচয় খাইছে।নতুন-পুৰণাই এতিয়াৰ বজাৰত ভৰপুৰ আছে। আপুনি দেখা পোৱা কিছুমান বিস্কুটত সৰু সৰু ফুটাও নিশ্চয় দেখিবলৈ পাইছে।এই ফুটা বিলাক কিয় থাকে জানি লওক                                বিস্কুট তৈয়াৰ কৰাৰ আগতে, ময়দা, চেনী আৰু নিমখ চাদৰৰ দৰে ট্ৰেএখনত বিয়পাই দিয়া হয় আৰু যন্ত্ৰএটাৰ তলত ৰখা হয়। ইয়াৰ পিছত, এই যন্ত্ৰটোৱে সেইবোৰত ছিদ্ৰ কৰে। এই ছিদ্ৰবোৰ অবিহনে বিস্কুটবোৰ সঠিকভাৱে বনাব নোৱাৰি। বিস্কুট তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াৰ সময়ত, সেইবোৰত কিছু বায়ু ভৰ্তি কৰা হয় যিবোৰ অভেনত গৰম কৰাৰ সময়ত গৰম হোৱাৰ ফলত ফুলি উঠে। ইয়াৰ ফলত বিস্কুটৰ আকাৰ ডাঙৰ হোৱাৰ সৈতে বিস্কুটটো বিশৃংখল হৈ পৰে।এনে পৰিস্থিতিত আকাৰ বৃদ্ধি হোৱা প্ৰতিহত কৰিবলৈ সেইবোৰত ছিদ্ৰ কৰা হয়। হাই-টেক যন্ত্ৰবোৰে এই ছিদ্ৰবোৰ একে দূৰত্ব আৰু সমান দূৰত্বত প্ৰস্তুত কৰে। এনে কৰাৰ দ্...

মাইক্ৰ'স্কোপ কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল?(When and who invented the microscope?)

Image
                                       মাইক্ৰ'স্কোপ শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা গঠণ হৈছে ।শব্দ দুটাৰ এটা-Mikros মানে সৰু (ক্ষুদ্র)আৰু আনতো হৈছে Scopein-যাৰ অৰ্থ হৈছে চোৱা বা দেখা।এই দুটা শব্দৰ পৰাই গঠন হৈছে Microscope(মাইক্ৰ'স্কোপ) যাক আমি অণুবীক্ষণ যন্ত্ৰ বুলি কওঁ।ইয়াৰ প্ৰয়োগ কৰা হয় অতিকৈ সৰু বস্তু চোৱাৰ কাৰণে যাক আমি খালি চকুৰে মনিব নোৱাৰো বা কবলৈ গলে অসম্ভৱ।বৰ্তমান ইয়াৰ ইমানেই উন্নত মানৰ কৰি তুলিছে যত এটা ক্ষুদ্র বস্তুকো লাখ গুণ ডাঙৰ কৰি চাব পাৰি।                  Zacharias janssen               পোন প্রথমে মাইক্ৰ'স্কোপৰ আৱিষ্কাৰ জাকাৰিয়াছ জানচেনে(Zacharias janssen) আজিৰ পৰা প্ৰায় ৪৩০ বছৰ আগতেই চন ১৫৯০ আৱিষ্কাৰ কৰি উলিয়াইছিল।নেডাৰলেণ্ড নিবাসী জাকাৰিয়াছ জানচেনে চশমা বনোৱা কাম কৰিছিল।মাইক্ৰ'স্কোপৰ বনোৱাত তেখেতৰ দেউতাক হান্স জেনচেনৰ সহায়ত নেডাৰলেণ্ড চহৰৰ মিডিলবাৰ্গ নামৰ ঠাইত সাজি উলিয়াছিল।   ...

Indian most poisoniuos snanke

Image
  ভাৰতত পোৱা ৬ বিধ আটাইতকৈ বেছি বিষাক্ত সাপ ভাৰতত বহুতো প্রকাৰৰ সাপ পোৱা যায় , তাৰে কিছুমান বিষাক্ত আৰু কিছুমান বিষাক্ত নহয় । আজি আপোনালোকক জনাবলৈ গৈ আছোঁ ভাৰতত পোৱা আটাইতকৈ বিষাক্ত ৬ বিধ সাপ যি সাপে খুঁটিলে যাব পাৰে আপোনাৰ প্রাণ । কাৰণ মানুহৰ বসতিত প্রায়ে দেখা পোৱা যায় । জানো আহক সাপ কেইবিধ - 1. ইণ্ডিয়ান কোব্ৰা ( Indian cobra) 2.   ভাৰতীয় ক্ৰেইট (Indian krait) 3. ৰাছেল ভাইপাৰ ( Russell viper) 4. ক্ৰেইট      ( Krait) 5. সে -স্কেলৱাইপাৰ (Saw-scaled viper) 6. কিং কোব্ৰা   ( King cobra) সংবাদ মাধ্যমৰ   বাতৰি অনুসৰি , ভাৰতত প্রতি বছৰে প্রায়   ৪৫ , ০০০ লোকৰ মৃত্যু সাপ কমোৰাৰ ফলতে হয় । ভাৰতত সাপৰ বিষয়ে ভয় আৰু ভ্ৰম দুয়ো সমানেই আছে । জানো আহক এইকেইবিধ সাপৰ বিষয়ে - ইণ্ডিয়ান কোব্ৰা (Indian krait) ভাৰতত পোৱা এই ইণ্ডিয়ান কোব্ৰা বিধ ভাৰতৰ সকলোতকৈ বেছি বিষাক্ত সাপ । এই সাপক ভাৰতত নাগৰাজ বুলিও কোৱা হয় । ইয়াৰ দৈৰ্ঘ্য ১ মিটাৰৰ পৰা ১.৫ ...